Blob Blame History Raw
<?xml version="1.0" encoding="utf-8"?>
<page xmlns="http://projectmallard.org/1.0/" xmlns:its="http://www.w3.org/2005/11/its" type="topic" style="task a11y" id="a11y-stickykeys" xml:lang="as">
<info>
<link type="guide" xref="a11y#mobility" group="keyboard"/>
<link type="guide" xref="keyboard" group="a11y"/>
<revision pkgversion="3.8.0" date="2013-03-13" status="candidate"/>
<revision pkgversion="3.9.92" date="2013-09-18" status="candidate"/>
<revision pkgversion="3.13.92" date="2014-09-20" status="final"/>
<revision pkgversion="3.18" date="2015-09-28" status="final"/>
<include xmlns="http://www.w3.org/2001/XInclude" href="legal.xml"/>
<credit type="author">
<name>শ্বণ মেকেন্স</name>
<email>shaunm@gnome.org</email>
</credit>
<credit type="author">
<name>ফিল বুল</name>
<email>philbull@gmail.com</email>
</credit>
<credit type="editor">
<name>মাইকেল হিল</name>
<email>mdhillca@gmail.com</email>
</credit>
<credit type="editor">
<name>একাটেৰিনা গেৰাচিমভা</name>
<email>kittykat3756@gmail.com</email>
</credit>
<desc>কি'বৰ্ড চৰ্টকাটসমূহক সকলো কি' একেলগে টিপাৰ পৰিৱৰ্তে এটা সময়ত এটা কি' টিপি টাইপ কৰক।</desc>
</info>
স্টিকি কি'সমূহ এ আপোনাক কিবৰ্ড চৰ্টকাটসমূহ সকলো কি' একেলগে ধৰি নথৈ এটা সময়ত এটা কি' ৰূপে টাইপ কৰাৰ অনুমতি দিয়ে। উদাহৰণস্বৰূপ, <keyseq><key xref="keyboard-key-super"> Super</key><key>Tab</key></keyseq> চৰ্টকাটে উইন্ডোসমূহ চুইচ কৰে। স্টিকি কি'সমূহ অন নাথাকিলে, আপুনি দুয়োটা কি' একে সময়তে ধৰি থব লাগিব; স্টিকি কি'সমূহ অন থাকিলে, আপুনি একেটা বস্তু কৰিবলৈ <key>Super</key> টিপি তাৰ পিছত <key>Tab</key> টিপিব।
যদি একাধিক কি' একেলগে ধৰি থবলৈ আপোনাৰ অসুবিধা হয় তেন্তে আপুনি স্টিকি কি'সমূহ অন কৰিব পাৰে।
<steps>
<item>
Open the <gui xref="shell-introduction#activities">Activities</gui> overview and
start typing <gui>Universal Access</gui>.
</item>
<item>
Click on <gui>Universal Access</gui> to open the panel.
</item>
<item>
Press <gui>Typing Assist (AccessX)</gui> in the <gui>Typing</gui>
section.
</item>
<item>
Switch <gui>Sticky Keys</gui> to <gui>ON</gui>.
</item>
</steps>
<note style="tip">
কিবৰ্ডৰ পৰা স্টিকি কি'সমূহ অন অথবা অফ কৰিবলৈ <gui>কিবৰ্ড দ্বাৰা সামৰ্থবান কৰক</gui> ৰ অন্তৰ্গত, <gui>কিবৰ্ডৰ পৰা অভিগম্যতা বৈশিষ্ট্যসমূহ অন কৰক</gui> বাছক। যেতিয়া এই বিকল্প নিৰ্বাচিত থাকে, আপুনি স্টিকি কি'সমূহ সামৰ্থবান অথবা অসামৰ্থবান কৰিবলৈ <key>Shift</key> কি' পাচ বাৰ টিপিব লাগিব।
আপুুনি ওপৰ বাৰত <link xref="a11y-icon">অভিগম্যতা আইকন</link> ক্লিক কৰি আৰু <gui>স্টিকি কি'সমূহ</gui> নিৰ্বাচন কৰি স্টিকি কিসমূহ অন আৰু অফ কৰিব পাৰিব। অভিগম্যতা আইকন দৃশ্যমান হয় যেতিয়া <gui>সাৰ্বভৈমক অভিগম</gui> পেনেলৰ পৰা এটা বা অধিক সংহতি সামৰ্থবান কৰা হয়।
</note>
যদি আপুনি দুটা কি একেলগে টিপে, আপুনি স্টিকি কি'সমূহক নিজস্বভাৱে অস্থায়ীভাৱে বন্ধ কৰাব পাৰে যাতে আপুনি এটা কি'বৰ্ড চৰ্টকাট সাধাৰণভাৱে সুমাব পাৰে।
উদাহৰণস্বৰূপ, যদি আপোনাৰ স্টিকি কি'সমূহ অন আছে কিন্তু <key>Super</key> আৰু <key>Tab</key> একেলগে টিপে, স্টিকি কি'সমূহে আপুনি আন এটা কি' টিপালৈ অপেক্ষা নকৰে যদি আপোনাৰ এই বিকল্প অন থাকে। ই অপেক্ষা কৰিব যদি আপুনি এটা কি' টিপে। ই উপযোগী যদি আপুনি একেলগে কিছুমান কিবৰ্ড চৰ্টকাট টিপিব পাৰে (উদাহৰণস্বৰূপ, যিবোৰ কি একেলগে থাকে), কিন্তু অন্য নহয়।
ইয়াক সামৰ্থবান কৰিবলৈ <gui>অসামৰ্থবান কৰক যদি দুটা কি' একেলগে টিপা হয়</gui> বাছক।
You can have the computer make a “beep” sound when you start typing a
keyboard shortcut with sticky keys turned on. This is useful if you want to
know that sticky keys is expecting a keyboard shortcut to be typed, so the
next key press will be interpreted as part of a shortcut. Select <gui>Beep
when a modifier key is pressed</gui> to enable this.
</page>