<?xml version="1.0" encoding="utf-8"?>
<page xmlns="http://projectmallard.org/1.0/" xmlns:its="http://www.w3.org/2005/11/its" type="topic" style="question" id="color-why-calibrate" xml:lang="as">
<info>
<link type="guide" xref="color#calibration"/>
<desc>মানাংকন গুৰুত্বপূৰ্ণ যদি আপুনি প্ৰদৰ্শন কৰা অথবা প্ৰিন্ট কৰা ৰঙবোৰৰ কেৰেপ কৰে।</desc>
<credit type="author">
<name>ৰিচাৰ্ড হিউগ্চ</name>
<email>richard@hughsie.com</email>
</credit>
<include xmlns="http://www.w3.org/2001/XInclude" href="legal.xml"/>
</info>
<title>মই কিয় নিজে মানাংকন কৰাটো প্ৰয়োজনীয়?</title>
<p>বৰ্গীয় আলেখ্যসমূহ সাধাৰণত বেয়া হয়। যেতিয়া এটা নিৰ্মাতায় এটা নতুন আৰ্হি সৃষ্টি কৰে, সিহতে উৎপাদন শাৰীৰ পৰা কেইটিমান বস্তু লয় আৰু একেলগে গড় লয়:</p>
<media its:translate="no" type="image" src="figures/color-average.png">
<p its:translate="yes">গড় আলেখ্যসমূহ</p>
</media>
<p>
Display panels differ quite a lot from unit to unit and change
substantially as the display ages.
It is also more difficult for printers, as just changing the type
or weight of paper can invalidate the characterization state and
make the profile inaccurate.
</p>
<p>আপোনাৰ আলেখ্যক সঠিকতা সুনিশ্চিত কৰাৰ সৰ্বোত্তম পদ্ধতি হল নিজেই মানাংকন কৰা, অথবা এটা বহিৰ্তম কোম্পানীক আপোনাৰ সঠিক বৈশিষ্ট্যকৰণ অৱস্থাৰ ওপৰ ভিত্তি কৰি এটা আলেখ্য প্ৰদান কৰা।</p>
</page>