টিফানি এন্টপলস্কিtiffany@antopolski.comA4 অথবা Letter-sized পাত ব্যৱহাৰ কৰি এটা মেৰিওৱা, বহু-পৃষ্ঠা বুকলেট কেনেকৈ প্ৰিন্ট কৰা হব।এটা পুস্তিকা প্ৰিন্ট কৰক
আপুনি এটা বুকলেটক PDF ৰ পৰা প্ৰিন্ট কৰিব পাৰিব।
If you want to print a booklet from a LibreOffice document,
first export it to a PDF by choosing FileExport
as PDF…. Your document needs to have a multiple of 4
number of pages (4, 8, 12, 16,…). You may need to add up to 3 blank
pages.
If the number of pages in your PDF document is not a multiple of 4, you
should add the appropriate number of blank pages (1,2 or 3) to make it a
multiple of 4. To do so, you can:
প্ৰয়োজনীয় (1-3) ৰিক্ত পৃষ্ঠাৰ সৈতে এটা LibreOffice দস্তাবেজ সৃষ্টি কৰক।
ফাইলPDF ৰূপত ৰপ্তানি কৰক… নিৰ্বাচন কৰি ৰিক্ত পৃষ্ঠাসমূহক এটা PDF লৈ ৰপ্তানি কৰক।
PDF-Shuffler অথবা PDF Mod ব্যৱহাৰ কৰি ৰিক্ত পৃষ্ঠাসমূহক আপোনাৰ PDF দস্তাবেজৰ সৈতে একত্ৰিত কৰক, ৰিক্ত পৃষ্ঠাসমূহক শেষত থৈ।