GNOME লৈ নতুন? কেনেকৈ পৰিচিত হ'ব শিকক। GNOME ৰ সৈতে আৰম্ভণি আৰম্ভণি আৰম্ভণি এপ্লিকেচনসমূহ আৰম্ভ কৰক এপ্লিকেচনসমূহ আৰম্ভ কৰা হৈছে আপোনাৰ মাউছ পোইন্টাৰক পৰ্দাৰ ওপৰ বাঁওফালৰ চুকত কাৰ্য্যসমূহ লৈ নিয়ক। এপ্লিকেচনসমূহ দেখুৱাওক আইকন ক্লিক কৰক। আপুনি চলাব বিচৰা এপ্লিকেচন ক্লিক কৰক, উদাহৰণস্বৰূপ, সহায়। বিকল্পভাৱে, কাৰ্য্যসমূহ অভাৰভিউ খোলিবলে কিবৰ্ড ব্যৱহাৰ কৰক আৰু Super কি' টিপক। আপুনি আৰম্ভ কৰিব বিচৰা এপ্লিকেচনৰ নাম টাইপ কৰা আৰম্ভ কৰক। এপ্লিকেচন আৰম্ভ কৰিবলে Enter টিপক। উইন্ডো আৰু কাৰ্য্যস্থানসমূহ ব্যৱহাৰ কৰক উইন্ডো আৰু কাৰ্য্যস্থানসমূহ To maximize a window, grab the window’s titlebar and drag it to the top of the screen. যেতিয়া পৰ্দা উজ্জ্বল হয়, উইন্ডো এৰিব। To unmaximize a window, grab the window’s titlebar and drag it away from the edges of the screen. উইন্ডোক টানি আনিবলে আৰু ইয়াক সৰু কৰিবলে আপুনি ওপৰ বাৰত ক্লিক কৰিলেও হ'ব। To maximize a window along the left side of the screen, grab the window’s titlebar and drag it to the left. যেতিয়া পৰ্দাৰ আধা উজ্জ্বল হয়, উইন্ডো এৰিব। To maximize a window along the right side of the screen, grab the window’s titlebar and drag it to the right. যেতিয়া পৰ্দাৰ আধা উজ্জ্বল হয়, উইন্ডো এৰিব। কি'বৰ্ড ব্যৱহাৰ কৰি এটা উইন্ডোক ডাঙৰ কৰিবলে, Super কি'ক টিপি ধৰি টিপক। উইন্ডোক তাৰ প্ৰকৃত অৱস্থালৈ পুনৰ লৈ যাবলে, Super কি' টিপি ধৰি টিপক। এটা উইন্ডোক পৰ্দাৰ সোঁফালে ডাঙৰ কৰিবলে, Super কি'ক টিপি ধৰি টিপক। এটা উইন্ডোক পৰ্দাৰ বাঁওফালে ডাঙৰ কৰিবলে, Super কি'ক টিপি ধৰি টিপক। বৰ্তমান কাৰ্য্যস্থানৰ তলত এটা কাৰ্য্যস্থানক স্থানান্তৰ কৰিবলে, Super Page Down টিপক। বৰ্তমান কাৰ্য্যস্থানৰ ওপৰত এটা কাৰ্য্যস্থানক স্থানান্তৰ কৰিবলে, Super Page Up টিপক। কাৰ্য্য পৰিবৰ্তন কৰক কাৰ্য্য পৰিবৰ্তন কৰা হৈছে আপোনাৰ মাউছ পোইন্টাৰক পৰ্দাৰ ওপৰ বাঁওফালৰ চুকত কাৰ্য্যসমূহ লৈ নিয়ক। এটা কাৰ্য্যলৈ যাবলে এটা উইন্ডোত ক্লিক কৰক। To maximize a window along the left side of the screen, grab the window’s titlebar and drag it to the left. যেতিয়া পৰ্দাৰ আধা উজ্জ্বল হয়, উইন্ডো এৰিব। To maximize a window along the right side, grab the window’s titlebar and drag it to the right. যেতিয়া পৰ্দাৰ আধা উজ্জ্বল হয়, উইন্ডো এৰিব। উইন্ডো পৰিবৰ্তক দেখুৱাবলে Super Tab টিপক। পৰৱৰ্তী উজ্জ্বল উইন্ডো বাছিবলে Super এৰক। খোলা উইন্ডোসমূহৰে গমন কৰিবলে, Super ধৰি ৰাখক, আৰু Tab টিপক। কাৰ্য্যসমূহ অভাৰভিউ দেখুৱাবলে Super কি' টিপক। আপুনি যি এপ্লিকেচনলৈ যাব বিচাৰে তাৰ নাম টাইপ কৰা আৰম্ভ কৰক। যেতিয়া এপ্লিকেচন আপোনাৰ সন্ধানৰ প্ৰথম ফলাফল হিচাপে উপস্থিত হয়, তালৈ যাবলে Enter টিপক। উইন্ডো আৰু কাৰ্য্যস্থানসমূহ ব্যৱহাৰ কৰক উইন্ডো আৰু কাৰ্য্যস্থানসমূহ To maximize a window, grab the window’s titlebar and drag it to the top of the screen. যেতিয়া পৰ্দা উজ্জ্বল হয়, উইন্ডো এৰিব। To unmaximize a window, grab the window’s titlebar and drag it away from the edges of the screen. উইন্ডোক টানি আনিবলে আৰু ইয়াক সৰু কৰিবলে আপুনি ওপৰ বাৰত ক্লিক কৰিলেও হ'ব। To maximize a window along the left side of the screen, grab the window’s titlebar and drag it to the left. যেতিয়া পৰ্দাৰ আধা উজ্জ্বল হয়, উইন্ডো এৰিব। To maximize a window along the right side of the screen, grab the window’s titlebar and drag it to the right. যেতিয়া পৰ্দাৰ আধা উজ্জ্বল হয়, উইন্ডো এৰিব। কি'বৰ্ড ব্যৱহাৰ কৰি এটা উইন্ডোক ডাঙৰ কৰিবলে, Super কি'ক টিপি ধৰি টিপক। উইন্ডোক তাৰ প্ৰকৃত অৱস্থালৈ পুনৰ লৈ যাবলে, Super কি' টিপি ধৰি টিপক। এটা উইন্ডোক পৰ্দাৰ সোঁফালে ডাঙৰ কৰিবলে, Super কি'ক টিপি ধৰি টিপক। এটা উইন্ডোক পৰ্দাৰ বাঁওফালে ডাঙৰ কৰিবলে, Super কি'ক টিপি ধৰি টিপক। বৰ্তমান কাৰ্য্যস্থানৰ তলত এটা কাৰ্য্যস্থানক স্থানান্তৰ কৰিবলে, Super Page Down টিপক। বৰ্তমান কাৰ্য্যস্থানৰ ওপৰত এটা কাৰ্য্যস্থানক স্থানান্তৰ কৰিবলে, Super Page Up টিপক। Change wallpaper ৱালপেপাৰ পৰিবৰ্তন কৰা হৈছে ওপৰ বাৰৰ সোঁ কাষত চিস্টেম মেনুত ক্লিক কৰক আৰু সংহতিসমূহ বুটাম টিপক। পটভূমি বাছক। বৰ্তমান পটভূমি ছবি ক্লিক কৰক। আপুনি ব্যৱহাৰ কৰিব বিচৰা পটভূমি ছবিত ক্লিক কৰক। বাছক বুটাম ক্লিক কৰক। পটভূমি উইন্ডো বন্ধ কৰক। সাধাৰণ কাৰ্য্যসমূহ </links> </page>